গোলাঘাট সমষ্টিত বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ জয়লাভ।৯০৩৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী শগৰাকীয়ে।উল্লেখ যে নেওগৰ প্ৰতিদ্বন্দী আছিল কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়া।
উল্লেখ যে নির্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰীগৰাকীয়ে।নেওগে বিজেপিত যোগদান কৰি টিকট লাভ কৰাৰ পিছতে বিতোপন শইকীয়াই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল।
- Log in to post comments
- 10 views