অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক দু:সংবাদ।ক'ৰ'নাত আক্ৰান্ত হৈ মৃত্যু উদীয়মান কণ্ঠশিল্পী পাৰবীন পৰীৰ।
জিএনআৰচিত চিকিৎসাধীন অৱস্থাত শেষনিশ্বাস ত্যাগ নৱপ্ৰজন্মৰ কণ্ঠশিল্পীগৰাকীৰ।
উল্লেখ যে বিগত ৰঙালী বিহুত বহুকেইখন মঞ্চত অনুষ্ঠান কৰিছিল শিল্পীগৰাকীয়ে।
বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠদান কৰি নৱপ্ৰজন্মৰ মাজত কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল পাৰবিন।
- Log in to post comments
- 56 views