অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক দু-সংবাদ।ক'ৰনাত আক্রান্ত কণ্ঠশিল্পী ভিটালী দাসৰ মৃত্যু।গুৱাহাটী কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়ত ভৰ্তি হৈ আছিল কণ্ঠশিল্পী গৰাকী।
উল্লেখ্য যে, বুধবাৰে আইচিইউত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।
দাসৰ মৃত্যু অসমীয়া সংগীত জগতৰ বাবে এক বৃহৎ ক্ষতি।
বিহুগীতৰ ৰাণী হিচাপে খ্যাত আছিল শিল্পী গৰাকী।
- Log in to post comments
- 16 views