দ্ৰুতগতিত বৃদ্ধি ক'ৰ'না:কামৰূপ(ম)জিলাত কন্টেইনমেন্ট জ'ন ঘোষণা,ক'ত জানি লওঁক

Pic

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ৰ'নাত আক্রান্তৰ ঘটনা‌।ক'ৰ'না ৰোধৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে কন্টেইনমেন্ট জ'ন।

সোণাপুৰৰ লক্ষ্মীবাই নেচনেল ইনষ্টিটিউট অব ফিজিকেল এডুকেচনৰ চৌহদক জিলা প্ৰশাসনে ১৪ দিনৰ বাবে ঘোষণা কৰিছে কন্টেইনমেন্ট জ'ন। বৃহস্পতিবাৰে কামৰূপ(ম) জিলা উপায়ুক্তই এক নিৰ্দেশনাৰ জৰিয়তে ঘোষণা কৰে এই কথা।

Pic

উল্লেখ যে বুধবাৰে ৰাজ্যত ১৯৪ গৰাকী ক'ৰ'না আক্রান্ত হয়।তাৰে ১০৪ গৰাকী আক্ৰান্ত হয় গুৱাহাটীত।

Your Comments