কামৰূপ(ম) জিলাত আজিৰে পৰা ড্ৰাই ডে ঘোষণা

Liquor

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কামৰূপ(ম) জিলাত ড্ৰাই ডে ঘোষণা।জিলা প্ৰশাসনে দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ ঘোষণা কৰিছে ড্ৰাই ডে'।

উল্লেখ্য যে ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তি পূৰ্ণ ভাৱে সম্পন্ন হ’বৰ বাবে জিলা প্ৰশাসনে কৰিছে এই ঘোষণা।

গুৰুত্বপূৰ্ণ কথা উক্ত সময়চোৱাত জিলাখনত সম্পূৰ্ন ৰূপে বন্ধ থাকিব সকলো সুৰা ক্ৰয়-বিক্ৰী।

ইফালে আজি বিয়লি সামৰণি পৰিব নির্বাচনী প্ৰচাৰ অভিযান।

Your Comments