এজেপি সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ দুুুলু গগৈক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

Pic

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ গুৰুতৰভাৱে অসুস্থ।তাৎক্ষণিকভাৱে ভৰ্তি কৰোৱা হৈছে ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিং হোমত।

উচ্চ ৰক্তচাপত আক্রান্ত মাতৃগৰাকী।প্ৰাপ্ত খবৰ অনুসৰি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

ইফালে মাতৃৰ অসুস্থতাৰ খবৰ পাই দলীয় সকলো কাৰ্যসূচী বাতিল কৰি ডিব্ৰুগড়লৈ ৰাওনা হৈছে লুৰীণজ্যোতি গগৈ।

Your Comments