অদীপ কুমাৰ ফুকন,প্ৰিন্স ফাইজুল হক আৰু ৰুণা লাইলাৰ মনোনয়ন-পত্ৰ দাখিল

ajp

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনটোত অসম জাতীয় পৰিষদৰ গুৱাহাটীৰ তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন-পত্ৰ। কামৰূপ(ম) জিলা উপায়ুক্ত কাৰ্যালয়ত সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন-পত্ৰ দাখিল কৰে পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে,দিছপুৰ সমষ্টিৰ প্ৰিন্স ফাইজুল হক আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ৰুণা লাইলাই। উল্লেখ যে মনোনয়ন-পত্ৰ দাখিলৰ বাবে গুৱাহাটী ক্লাবৰ পৰা দলীয় সমৰ্থকক লগত লৈ ৰেলী উলিয়ায় তিনিওগৰাকী প্ৰাৰ্থীয়ে।

AJP

অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।সেই অনুসৰি ২ মে'ত ঘোষণা কৰা হ'ব ফলাফল।

Your Comments