কিম্বদন্তী ফুটবলাৰ ডিয়েগ' মাৰাডোনাৰ দেহাৱসান

Maradona

বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত দুখৰ খবৰ।কিম্বদন্তী ফুটবলাৰ ডিয়েগ' মাৰাডোনা  আৰু নাই।বুধবাৰে আৰ্জেন্টিনাৰ টাইগ্ৰীৰ বাসভৱনত কাৰ্ডিয়েক এৰেষ্টত তেওঁৰ মৃত্যু ঘটে।দুুুুুসপ্তাহৰ পূৰ্বে তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল।দীর্ঘদিনৰ পৰা তেওঁ বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ।১৯৮৬ চনত আৰ্জেন্টিনাক বিশ্বকাপ ফুটবল চেম্পিয়ন কৰাত তেওঁৰ আছিল মুখ্য ভূমিকা।

Your Comments