ৰাজ্যত সংঘটিত হোৱা ধাৰাবাহিক হত্যাৰ বিৰুদ্ধে গুৱাহাটীত 'আপ'ৰ প্ৰতিবাদ

Aap

ৰাজ্যত সংঘটিত হোৱা ধাৰাবাহিক হত্যাৰ বিৰুদ্ধে গুৱাহাটীত আম আদমী পাৰ্টীয়ে মহানগৰীৰ গুৱাহাটী ক্লাবৰ ৰ'টাৰীত বুধবাৰে সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

গণহত্যা বন্ধ কৰক,যোৰহাটৰ জয়ন্ত বৰাৰ মৃত্যুৰ উচিত তদন্ত কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ।গণহত্যা-ধাৰাবাহিক হত্যাৰ লগত জড়িত সকলো দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি সোনকালে শাস্তি প্ৰদানৰো দাবী জনাই দলটোৱে।

প্ৰতিবাদত অংশগ্ৰহণ কৰে আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ যুটীয়া সমন্বয়ৰ আব্দুল ৱাহিদে।

Your Comments