
নিউজ ডেস্ক :
ঘোষণা কৰা হ'ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।
ইয়াৰে শীর্ষ ১০ত থকা সকল হৈছে ক্ৰমে -প্ৰথম স্থান দখল কৰিছে ধৃতিৰাজ বাস্তৱ কলিত।পদুম পুখুৰীৰ হাইস্কুল, দৰং। তেওঁ লাভ কৰিছে সৰ্বমুঠ ৫৯৫নম্বৰ।
#দ্বিতীয় স্থান দখল কৰিছে অলংকিতা গৌতম বৰুৱা, চল্ট ব্রক একাডেমী,ডিব্ৰুগড়। তেওঁ লাভ কৰিছে ৫৯৪ নম্বৰ।
#তৃতীয় স্থান দখল কৰিছে তিনিগৰাকী ছাত্ৰ ছাত্ৰীয়ে। দেৱীষ্মা প্ৰিয়া বৰা(জ্ঞান জ্যোতি একাডেমী, নাৰায়ণপূৰ), জ্যোতিষ্মান দেৱ শৰ্মা (শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰী) চাকি জি বুলতন (চেইণ্ট মেৰী স্কুল, গুৱাহাটী) তেওঁলোকে
লাভ কৰিছে ৫৯১ নম্বৰ।
#চতুৰ্থ স্থান দখল কৰিছে দুগৰাকীয়ে। নমস্যা ডেকা (লিটল ফ্লাৱাৰ স্কুল নলবাৰী) আৰু হীয়াশ্ৰী শৰ্মা (দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়)
লাভ কৰিছে ৫৯০ নম্বৰ।
#পঞ্চম স্থান দখল কৰিছে তিনিগৰাকীয়ে। মানস উত্তম নেওগ (নীলমণি আদৰ্শ জাতীয় বিদ্যালয়, ডিব্ৰুগড়), অংকুৰজ্যোতি বেজবৰুৱা(উদয়ন শান্তি নিকেতন, বেজেৰা) আৰু হিৰক জ্যোতি বৈশ্য(কাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী),তেওঁলোকে লাভ কৰিছে ৫৮৯নম্বৰ।
#ষষ্ঠ স্থান দখল কৰিছে চাৰি গৰাকীয়ে। হৰ্ষবৰ্ধন মহেশ্বৰী, (মাৰিয়ান হাইস্কুল বৰপেটা), হৰিদ্ৰ বৰা(Sacred heart high school, গোলাঘাট), ৰনোজ জ্যোতি বৰুৱা (জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপূৰ) আৰু হিমাশ্ৰী বৰুৱা (ফুলেশ্বৰী গাৰ্লছ হাইস্কুল, শিৱসাগৰ)।
লাভ কৰিছে ৫৮৮ নম্বৰ।
#সপ্তম স্থান দখল কৰিছে দুগৰাকীয়ে। অভিলাসা দত্ত (চেইণ্ট মেৰিছ হাইস্কুল, উত্তৰ লখিমপুৰ) আৰু জালক জালান (চেইণ্ট এণ্টনী ইংলিছ স্কুল, নগাওঁ)। তেওঁলোকে লাভ কৰিছে ৫৮৭নম্বৰ।
#অষ্টম স্থান দখল কৰিছে পাঁচ গৰাকীয়ে। অনিশা ৰয় (হলি ক্ৰছ হায়াৰ চেকেণ্ডাৰী স্কুল, কাছাৰ), নিখিলেশ দত্ত (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), চিমৰণ বৰা (ব্ৰুক ফিল্ড স্কুল, লখিমপুৰ), অন্তৰিক্স হাজৰিকা(নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ) আৰু অন্বেষা চক্ৰৱৰ্তী(ডনবস্ক হাইস্কুল, দুমডুমা)।লাভ কৰিছে ৫৮৬ নম্বৰ।
#নৱম স্থান দখল কৰিছে ১১ গৰাকীয়ে। ভৃগু মোহন কুমাৰ(শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, দৰং), ৰাজদ্বীপ বৰুৱা (শংকৰদেৱ শিশু নিকেতন, কাকডোঙা), নিহাৰিকা ভৰালী(গোলাঘাট জাতীয় বিদ্যালয়), শিল্পী শিখা ডেকা (পলাশতল কাছমাৰী হাইস্কুল, নগাওঁ), মাছুম মেহতাব(শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), ইমন বৈশ্য (শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), অভিনৱ গগৈ (চেইণ্ট জোচেফ হাইস্কুল, মৰাণহাত, শিৱসাগৰ), অবিনাশ কেউত (চেইণ্ট ষ্টেফন্স হাইস্কুল, তিনিচুকীয়া), অনন্যা মেধি (অসম জাতীয় বিদ্যালয়, নুনমাটি) আৰু নিৰজ খেতন (হেপী চাইল্ড হাইস্কুল, গুৱাহাটী)।লাভ কৰিছে ৫৮৫ নম্বৰ।
#দশম স্থান দখল কৰিছে ১১ গৰাকীয়ে। পুজা বেনাৰ্জী (শংকৰদেৱ শিশু নিকেতন, বৰপেটা), প্ৰেৰণা ডেকা (বঙাইগাঁও হাইস্কুল), পৰশা তচনিম বৰভূঞা (শিলচৰ কলেজিয়েট স্কুল), অনিন্দিতা কোঁৱৰ (চেইণ্ট জেভিয়াৰ স্কুল, ডিব্ৰুগড়), ভাৰ্গব জ্যোতি দাস (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), দ্বীৱাইজ বিকাশ (চেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ), অংকিতা দে (গুড সমৃতান ইংলিছ হাই স্কুল good Samaritan English high school, নগাওঁ), ঋত্বিকা কুমাৰ সূত (প্ৰাঞ্জল মেমৰিয়েল একাডেমী, নগাওঁ), শশাংক হালৈ (আনন্দ বিদ্যা নিকেতন, নলবাৰী) আৰু মিচবাহুল কৰিম (লিটল ষ্টাৰ স্কুল,শোণিতপুৰ) তেওঁলোকে
লাভ কৰিছে ৫৮৪ নম্বৰ।
মুঠ ৪২ গৰাকী ছাত্র ছাত্ৰীয়ে লাভ কৰিছে শীর্ষ ১০টা স্থান।
- Log in to post comments
- 16 views