ক'ৰোনাত আক্ৰান্ত হৈ ৰাজ্যত ২য় গৰাকী লোকৰ মৃত্যু

Corona

নিউজ ডেস্ক :
ক'ৰনা ভাইৰাছত আক্রান্ত হৈ কিছু সময় পূৰ্বে এগৰাকী কিশোৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।মৃত্যু ঘটা কিশোৰী দীপিকা নাথ (১৬) গুৱাহাটীৰ বি বৰুৱা  কেন্সাৰ ইনষ্টিটিউটৰ ওচৰৰ কলনিৰ বাসিন্দা। উল্লেখ্য যে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পিতালত কিশোৰী গৰাকীৰ মৃত্যু হয়।

Your Comments