আজিৰে(বুধবাৰ)পৰা ৰাজ্যত বন্ধ কৰি দিয়া হৈছে সুৰাৰ বিপনীসমূহ।কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুযায়ী বন্ধ কৰা হৈছে সুৰাৰ বিপনীসমূহ।এই বিষয়ে অৱগত কৰে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।উল্লেখ্য যে যোৱা সোমবাৰৰ পৰা অসমত সুৰাৰ বিপনীসমূহ খুলি দিয়াৰ পিছত সচেতন নাগৰিক সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।সুৰাৰ বিপনীসমূহৰ সন্মুখত সুৰাসক্তৰ দীঘলীয়া শাৰী দেখা গৈছিল।
- Log in to post comments
- 39 views