চিকিৎসাৰ বাবে জিএমচিএইচলৈ আনিলে অখিল গগৈক

Pic

কাৰাগাৰত অসুস্থ কৃষক নেতা অখিল গগৈক শুকুৰবাৰে অনা হ'ল গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।কৃষক নেতাজনৰ খাদ্যনলীত ঘাঁ হৈছে বুলি প্ৰকাশ।চিকিৎসালয়ত গগৈৰ খবৰ ল'লে 'কা' বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰা শিল্পী মানস ৰবীনে।

Your Comments