নামৰূপৰ পৰা সমীৰণ বৰুৱা:
নামৰূপ তাই কৃষ্টি কেন্দ্ৰৰ সৌজন্যত 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীত দেওবাৰে প্ৰতিবাদী 'অৱস্থান ধৰ্মঘট' নামৰূপ শাখা সাহিত্য সভাৰ সম্মুখত পালন কৰা হয়।উক্ত কাৰ্যসূচীত নামৰূপৰ স্থানীয় ৰাইজ উপস্থিত থাকি 'কা' আমি নামানো, বিজেপি গ' বেক আদি বিভিন্ন শ্ল'গান দি আকাশ- বতাহ কপাই তোলে।
- Log in to post comments
- 17 views