কোনে,ক'ত নিৰ্মাণ কৰোৱাইছে 'বাণ ৰজা'ক?

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰস্থিত বাম পৰ্বতীয়া নিবাসী কাবুল শৰ্মাই তিনি লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰোৱাইছে 'বাণ ৰজা' নামৰ এখন বৃহৎ নাও।তেওঁ জানিবলৈ দিয়া মতে আগন্তুক ইংৰাজী নৱবৰ্ষৰ ৫ জানুৱাৰী,দেওবাৰে তেজপুৰ ৰূদ্ৰপথত অৱস্থিত ভৈৰৱী মন্দিৰৰ সমীপত লুইতৰ বুকুত মাংগলিক নীতি-নিয়মৰে মুকলি কৰিব 'বাণ ৰজা'ক।

Your Comments