নিৰ্বাচন আয়োগে ১২ আইপিএছ বিষয়া আৰু ৬ গৰাকী এপিএছ বিষয়াৰ বদলিত স্থগিতাদেশ জাৰি কৰিছে ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে আইপিএছ আৰু এপিএছ-ৰ বদলিকৰণত স্থগিতাদেশ জাৰি কৰে নিৰ্বাচন আয়োগে।
উল্লেখ যোগ্য যে, ২৬ ফেব্ৰুৱাৰীত অসম চৰকাৰে দিয়া বদলিৰ নিৰ্দেশ নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰাৰ বাবেই এই স্থগিতাদেশ জাৰি কৰা হৈছে ৷
- Log in to post comments
- 15 views