বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
যোৱা ২৩ জুলাইত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মাধৱদেৱ আঞ্চলিক সমিতিৰ উদ্যোগত কামৰূপ জিলাৰ অন্তৰ্গত ভৈলাবৰীত বান সাহায্য বিতৰণ কৰে৷ ভৈলাবৰী প্ৰাথমিক শাখাৰ উদ্যোগত বিতৰণ কৰা বান সাহায্য বিতৰণৰ সময়ত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মাধৱদেৱ আঞ্চলিক শাখা আৰু ভৈলাবৰী প্ৰাথমিক শাখাৰ কেইবাজনো কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।
- Log in to post comments
- 18 views