বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি কৰিমগঞ্জত উপস্থিত হ'ব  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

cm

 শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :

বৰাকৰ বানপৰিস্থিতিৰ বুজ লবলৈ বুধবাৰে পুৱা কৰিমগঞ্জত উপস্থিত হ'ব মুখ্যমন্ত্রী সর্বানন্দ সোনোৱাল। মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে  বৰাকৰ প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পাইছে।আনহাতে,বান পরিস্হিতি বুজ লবলৈ মুখ্যমন্ত্রী সোনোৱাল বৰাক আগমনৰ প্ৰাকক্ষণতো জিলা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজে আশানুৰূপ সাহাৰ্য, সঁহাৰি তথা সহযোগিতা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে হাইলাকানদিৰ একাংশ বানপীড়িত ৰাইজে।  

Your Comments