ওদালগুৰিৰ প্রতিবেদন :
ওদালগুৰি জিলাৰ ভৈৰৰৱকুণ্ডৰ ধনশ্ৰী নদীত গা ধুঁবলৈ গৈ নিখোজ হোৱা ছাত্ৰ কৌশিক শৰ্মাৰ মৃতদেহ আজি উদ্ধাৰ হয়।মাজবাটৰ লালপানীত নদীৰ পৰা উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহটো। খৱৰটো বিয়পি পৰা মাত্ৰেই ওচৰ চুবুৰীয়া, বন্ধু-বান্ধৱী তথা শতাধিক লোকে ভিৰ কৰেহি পুস্পনগৰস্থিত কৌশিকৰ ঘৰ খনত।ছাত্ৰ জনৰ অকাল মৃত্যুত সমগ্ৰ ওদালগুৰি অঞ্চলতে শোঁকাৰ ছাঁ পৰে।
- Log in to post comments
- 14 views