কৃত্ৰিম বানত জলমগ্ন গোৱালপাৰাৰ কেইবাখনো গাঁও

utpal

আগিয়াৰ পৰা উৎপল ৰাভাৰ প্রতিবেদন :
মঙলবাৰে নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত গোৱালপাৰা জিলাৰ বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনো  গাঁও জলমগ্ন হৈ পৰে। এই বানত আগিয়া - লক্ষীপুৰ ৰাজ্যিক ঘাইপথ পানীত বুৰ যোৱাৰ লগতে বালিজানা ৰাজহ চক্ৰৰ অন্তৰ্গত দেউলী , দ্বাৰকা , বৈকুণ্ঠপুৰ , কিশোৰীডুবী , কছলতপাৰা , কেওঁটপাৰা , ইজিৰা আদি কেইবাখনো গাঁও বৰ্তমানেও জলমগ্ন হৈ আছে ।

Your Comments