লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকাত সংঘটিত হৈছে এক বিৰল ঘটনা |সোণাপুৰৰ বোৱাৰী ঝৰ্ণা চন্দ্ৰা নামৰ মাতৃগৰাকীৰ গৰ্ভ পৰীক্ষাৰ পিছত চিকিৎসকে এক অদ্ভুত ধৰণৰ শিশুৰ অৱস্থিতি গম পোৱাৰ লগে লগেই লংকাস্থিত লংকেশ্বৰী নাৰ্ছিংহোমৰ প্ৰসূতি বিশেষেজ্ঞ ডা.আনন্দ মোহন দাসৰ দ্বাৰা বিশেষ অস্ত্ৰোপচাৰ কৰা হয়।
অস্ত্ৰোপচাৰৰ জড়িয়তে মাতৃগৰাকীৰ গৰ্ভৰ পৰা এক অদ্ভূত মৃত মাৰমিড শিশু প্ৰসৱ কৰে। চিকিৎসকৰ মতে এনে ধৰণৰ মৎস্য আকৃতিৰ মাৰমিড শিশু প্ৰসৱ হোৱাটো বিশ্বৰ ভিতৰতে এক বিৰল ঘটনা |
- Log in to post comments
- 115 views
