চেঙাৰ  কুকাৰপাৰত ২০ সহস্ৰাধিকৰ সমূহীয়া  নামাজ

senga

চেঙাৰ পৰা সুৰজিৎ দাসৰ প্রতিবেদন:

এমাহ ৰোজাৰ অন্তত আজি সমগ্ৰ ভাৰতবৰ্ষতে ঈদ উল ফিতৰৰ নামাজ সমাপন কৰা হয়।বৰপেটা জিলাৰ কুকাৰপাৰতো সমূহীয়াকৈ ঈদৰ নামাজ সমাপন কৰা হয়।

senga2মাজদিয়া-চেঙা-কুকাৰপাৰ ঈদগাহ ময়দানত প্ৰায় ২০ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে সমূহীয়াকৈ ঈদৰ নামাজ আদায় কৰে।বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয় নামাজৰ অন্তত।

Your Comments