কাছাৰৰ কাটিগড়াত কেয়াৰ ফাউণ্ডেচনৰ 'ঈদ কিট' বিতৰণ

idd

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
 

প্রতিবছৰৰ দৰে এইবাৰো বে-চৰকাৰী সামাজিক সংগঠন 'কেয়াৰ ফাউণ্ডেচন'-এ দৰিদ্ৰ লোকক  পৱিত্র ঈদৰ আনন্দ প্ৰদান কৰিবলৈ বিতৰণ কৰে প্রয়োজনীয় সামগ্রীৰ 'ঈদ কিট'।


দেওবাৰে কাছাৰৰ কাটিগড়াৰ বিভিন্ন গাঁৱলৈ গৈ দিনমজুৰি কৰা লোকৰ মাজত 'ঈদ কিট' বিতৰণ কৰে সংস্থাটোৰ কর্মকর্তাসকলে।

Your Comments