সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলাৰ সোণাৰিত সলিল সমাধি ঘটে এগৰাকী শিক্ষয়িত্ৰীৰ।পুখুৰীৰ পৰা পানী আনিবলৈ যাওঁতে পিছল খাই মৃত্যুক সাৱতিলে শিক্ষয়িত্ৰী ৰুলী বৰা চলিহাই । সোণাৰিৰ পাৰ্বতীপুৰত ঘৰ চলিহাৰ।
আল্লাহাজে আহমেদ সোৱঁৰণী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল ৰুলী বৰা চলিহাই।মৃত্যুৰ সময়ত চলিহাই স্বামী আৰু দুগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ গৈছে।
- Log in to post comments
- 23 views