হঠাৎ অসুস্থতা! জিএনএৰচিত চিকিৎসাধীন বিধায়ক আনোৱাৰ হোছেইন লস্কৰ

local

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী


বৃহস্পতিবাৰৰ মাজৰাতি হঠাৎ দিছপুৰৰ বিধায়ক আৱাসতেই  অসুস্থ হৈ পৰিল বৰাক উপত্যকাৰ হাইলাকান্দিৰ প্ৰতিবাদী কণ্ঠৰ বিধায়ক আনোৱাৰ হোছেইন লস্কৰ।

বিধায়কজনৰ অসুস্থতাৰ খবৰ পাই দলীয় কর্মী-সমর্থক, বৰাকৰ হাইলাকান্দিসহ বিভিন্ন প্রান্তত থকা বিধায়কজনৰ পৰিচিত মহল উদ্বিগ্ন হৈ পৰিছে।বিভিন্নজনে বিধায়ক লস্কৰৰ আশু আৰোগ্য কামনা কৰিছে।

Your Comments