বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা
বিজ্ঞান শাখাত দশম স্থান লাভেৰে বঙাইগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে নিখিতা পাঠকে ৷ নিখিতা বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়( ইংৰাজী মাধ্যম)ৰ ছাত্ৰী ৷ নিখিতাই মুঠ ৪৬৮ নম্বৰ লাভ কৰিছে ৷
বঙাইগাঁও দেউৰীপাৰা নিবাসী পশু চিকিৎসক কৃষ্ণ পাঠক আৰু শিক্ষয়িত্ৰী পিনাকী পাঠকৰ কন্যা নিখিতাৰ এগৰাকী সুচিকিৎসক হোৱাৰ মন ৷
- Log in to post comments
- 11 views