শিলচৰ-কৰিমগঞ্জত জয়ী বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰয় আৰু কৃপানাথ মাল্লা

rajdeep

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী

শিলচৰত জয়লাভ কৰিছে বিজেপিৰ ৰাজদীপ ৰয়ে।ৰাজদীপ ৰয়ে কংগ্ৰেছৰ সুস্মিতা দেৱক ৬৪ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

mallah আনহাতে,কৰিমগঞ্জত বিজেপিৰ কৃপানাথ মাল্লাই এআইইউডিএফৰ ৰাধেশ্যাম বিশ্বাসক ১৭,০০০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

Your Comments