মঙলদৈৰ পৰা উজ্জ্বলজ্যোতি ডেকা
মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দৰঙৰ চাৰিটা সমষ্টি কলাইগাওঁ, মঙ্গলদৈ, দলগাওঁ আৰু ছিপাঝাৰ-এই চাৰিটা সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ অন্তত
কংগ্ৰেছ: ৩৬,৫০০
বিজেপি: ৪৮,৪২৭
বিজেপিৰ দিলীপ শইকীয়াৰ ১১,৯২৭ টা ভোটত অগ্ৰগতি।
- Log in to post comments
- 26 views