নগৰবেৰাৰ পৰা আব্দুল ৰছিদ
শনিবাৰে নিশা গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত ধুমুহাই ব্যাপক ক্ষতিসাধন কৰে।কালধুমুহাত জিলাখনৰ শিমলীতোলা, বৰপথাৰ, টিপলাই আদি অঞ্চলত বহু পৰিয়ালৰ আৱাসৰ ক্ষতিসাধন হয়।বিভিন্ন ঠাইত কিছু বৃহৎ গছ উভালি পৰে। লগতে ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা।প্ৰকৃতিৰ এনে তাণ্ডৱত হাহাকাৰ কৰিছে অঞ্চলবাসীয়ে।
- Log in to post comments
- 13 views