জ্যোতিষ কুমাৰ পাতিৰ
ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টিৰ বৰ নামঘৰত সংঘটিত হয় চুৰিকাণ্ড।দৰ্জা ভাঙি চোৰে প্ৰৱেশ কৰি ভাঙিলে নামঘৰৰ দানপাত্ৰ।লণ্ডভণ্ড কৰিলে মণিকূট।নামঘৰৰ ভিতৰতে চোৰে মলত্যাগ কৰি যায়।বৰ নামঘৰৰ চুৰিকাণ্ড তথা ধৰ্মীয় স্থান অপৱিত্ৰ কৰি যোৱা কাৰ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলব্যাপি।
- Log in to post comments
- 6 views