নামৰূপত গাঁও পঞ্চায়ত সম্পৰ্কত সজাগতা সভা

namrup

নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন :

নামৰূপৰ শান্তিপুৰ গাওঁ পঞ্চায়ত কাৰ্য্যালয়ত ১০টা ৱাৰ্ডৰ সদস্য-সদস্যা তথা গাওঁৰ প্ৰায় পাচ শতাধিক লোকৰ উপস্থিতত মনোৰঞ্জন বুঢ়াগোহাঁইৰ সভাপতিত্বত এক সজাগতা সভাৰ আয়োজন কৰা হয়।

namrup2 উক্ত সভাত আমন্ত্ৰিত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে চৰকাৰৰ আৱন্টিত ধনৰ সৎ ব্যৱহাৰ তথা ৰাইজৰ অভাৱ অভিযোগৰ আলোচনা  কৰাৰ লগতে জনসাধাৰণৰ কামত অহা আচনি তৈয়াৰ কৰি সফলতা কেনেকৈ অৰ্জন কৰিব পাৰি সেই সম্পৰ্কে বিশিষ্ট ব্যক্তি সকলে উপদেশ মূলক ভাষণ প্ৰদান কৰে ।namrup5

Your Comments