বিলাসীপাৰাত আজি "ষ্টাইল বজাৰ"ৰ শুভ -উদ্ধোধন

style bazar

জহিৰুল ইছলাম, বিলাসীপাৰা  :  
ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰত পোনপ্ৰথম বাৰৰ বাবে বিশিষ্ট ব্যৱসায়ী শ্ৰী জয় দেৱ  চ্যৰ্টাজীৰ  উদ্যোগত ২৭ নং বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ  বিধায়ক অশোক কুমাৰ সিংহীকে ধৰি বহু গন্য- মান্য  ব্যক্তিৰ  উপস্থিতিত  আজি আনুষ্ঠানিকভাৱে  বিলাসীপাৰাত চহৰত  "ষ্টাইল  বজাৰ" মলৰ শুভ উন্মোচন কৰে।bilashipara

উল্লেখ্যযোগ্য যে ষ্টাইল বজাৰ খনত পুৰুষৰ জীনছ মহিলাৰ জীনছ , খাদী ছিল্ক শাড়ী, লিপ্‌ষ্টিক ,নেইল পলিছ আদিকে ধৰি বিভিন্ন ধৰণৰ  নতুন নতুন  সামগ্ৰী আদি অতিকৈ  ৰেহাই মূল্যত  বিলাসীপাৰা "ষ্টাইল বজাৰ"ৰ পৰা ক্রয়  কৰিব পাৰিব বুলি জানিব পৰা  গৈছে।।

 

Your Comments