১৮ মে'ত উত্তৰ গুৱাহাটীত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

asn

প্ৰাক্তন আলফা ঐক্যমঞ্চৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন অহা ১৮ মে'ত  দিনজোৰা কাৰ্যসূচীৰে উত্তৰ গুৱাহাটীৰ উদিত-লক্ষ্মী বিবাহ ভৱনত অনুষ্ঠিত কৰা হ'ব।এই অধিৱেশনত আলফা নেতা অৰবিন্দ ৰাজখোৱা ,অনুপ চেতিয়া,জিতেন গগৈকে ধৰি অসমৰ শীৰ্ষ নেতৃত্বৰ উপৰিও সকলো জিলাৰ পৰা হাজাৰৰোধিক সদস্য উপস্হিত থাকিব ।ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক  লোহিত দেউৰীয়ে  আজি এই কথা সংবাদ মাধ্যমক জনায়।

Your Comments