জুৰোডৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰাক্তন আলফা অমৃত বল্লভ গোস্বামীক গ্ৰেপ্তাৰ 

ff

গোলাঘাটৰ পৰা মিনাক্ষী ফুকন

 

বুধবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটীৰ জুৰোডত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে শিৱসাগৰৰ আলোচনাপন্থী আলফা নেতা  প্ৰাণময় ৰাজগুৰু, বৰ্তমান গুৱাহাটী পাঞ্জাবাৰীৰ ভাড়াঘৰত থকা শিৱসাগৰৰ অভিনেত্ৰী জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে গোলাঘাটৰ প্ৰাক্তন আলফা নেতা অমৃত বল্লভ গোস্বামীকো গ্ৰেপ্তাৰ কৰিছে।

 

জানিব পৰা মতে,জাহ্নৱী  শইকীয়াৰ সৈতে গোপন যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত গোলাঘাটৰ জামুগুৰি অঞ্চলৰ লক্ষীজুৰিৰ নিজা বাসগৃহৰ পৰা প্ৰাক্তন আলফা নেতাজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Your Comments