বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
প্রাক্তন মন্ত্রী গৌতম ৰয়ৰ নাগৰিকত্বক লৈ প্রশ্ন উত্থাপন হৈছে হাইলাকান্দিত।এই সন্দৰ্ভত এনআৰচি কৰ্তৃপক্ষৰ হাতত পৰিছে এখন আপত্তিপত্ৰ।
অভিযোগকাৰীজন হৈছে হাইলাকান্দিৰেই এজন সচেতন নাগৰিক জহিৰুল আলি চৌধুৰী।চৌধুৰীয়ে তেওঁৰ আপত্তিপত্রত কৈছে যে প্রাক্তন মন্ত্রী গৌতম ৰয় আৰু তেওৰ নাতিৰ নামটোও আহিব নালাগে এনআৰচিৰ চূড়ান্ত তালিকাত।
কাৰণ,তেওঁলোক সন্দেহৰ উর্ধত মুঠেই নহয়।
- Log in to post comments
- 20 views