লংকাৰ পৰা মনোজ কুমাৰ পাঠক
২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উদালী ছাইনিং গ্ল'ৰী ইংলিছ স্কুলৰ বিদ্যাৰ্থীসকলে সন্তোষজনক ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।চৰকাৰী মাধ্যমৰ বহুকেইখন বিদ্যালয়ক চেৰ পেলাই বিদ্যালয়খনে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
বিদ্যালয়খনৰ পৰা পৰীক্ষা দিয়া ১৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬ গৰাকীয়ে প্ৰথম বিভাগ (এজনে তাৰকা নম্বৰ লাভ কৰিছে)লাভ কৰিবলৈ সক্ষম হৈছে।অন্যান্য ৯ গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।
- Log in to post comments
- 20 views