মঙলদৈৰ হেমজ্যোতি সংঘৰ উদ্যোগত প্ৰাইজমানী মুকলি বিহু প্ৰতিযোগিতা

bihu

দুমুনিচকীৰ প্ৰতিবেদক :


পশ্চিম দৰঙৰ অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান  পশ্চিম মঙ্গলদৈ হেমজ্যোতি সংঘৰ উদ্যোগত ১১ মে  শনিবাৰে সংঘৰ খেল পথাৰ প্ৰাঙ্গনত প্ৰাইজমানী মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে । উদযাপন সমিতিয়ে জানিব দিয়া অনুসৰি প্ৰতিযোগিতা খনত দলীয় শাখাত প্ৰথম, দ্বিতীয় অাৰু তৃতীয় পুৰস্কাৰৰ লগতে প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ ঢুলীয়া আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতীৰ লগতে শ্ৰেষ্ঠ পেপাঁবাদককো নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব । সন্ধিয়া অৰ্কষণীয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ অন্তত নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হব মুকলি বিহু প্ৰতিযোগিতা।প্ৰতিযোগিতা খনত উদ্যোগতা সকলে ৰাইজৰ উপস্থিতি কামানা কৰাৰ লগতে লগতে অাগ্ৰহী বিহু দল সমুহক ৭০০২৪৭৬৫০৩,৮১৩৩৯৯৪৮৬৫, ৬০০০০১৫৭৯৭, ৯৭০৬৪৫৩৭৯৭ নম্বৰত যোগাযোগ কৰাৰ বাবে অাহ্বান জনাইছে ।

Your Comments