গহপুৰৰ পৰা মাধৱ শৰ্মা
গহপুৰৰ বালিজানত গ্ৰেপ্তাৰ কৰা হয় কুখ্যাত চোৰাং চিকাৰী দীপেন পেগুক। বিশ্বনাথ বন সংমণ্ডলে আৰক্ষী আৰু এছটিএফৰ সহযোগত অভিযান চলাই চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰে।ধৃত চোৰাং চিকাৰীটোৰ নাম দীপেন পেগু।অগৰাতলীৰ গঁড় হত্যাৰ সৈতে জড়িত আছিল দীপেন।
- Log in to post comments
- 13 views