ছয়গাঁৱত মা চণ্ডিকাৰ আশীৰ্বাদ ল'লে উপমন্যু হাজৰিকাই

up h

দক্ষিণ কামৰূপৰ পৰা নীহাৰিকা তালুকদাৰ

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই আজি পুৱা ছয়গাঁওস্থিত শ্ৰীশ্ৰী মা চণ্ডিকা দেৱালয়ত উপস্থিত হৈ দেৱী মাৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰে।তাৰ পৰা পোনে পোনে নিজ কাৰ্যালয়ত উপস্থিত হৈ সমৰ্থকৰ সৈতে মত-বিনিময় কৰে।

Your Comments