প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতাৰণা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদ।
গহপুৰ নগৰৰ মাজমজিয়াত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে প্ৰধান মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কৰ্মীৰ।
- Log in to post comments
- 6 views