তিনিচুকীয়াৰ পৰা চন্দন কলিতা
সদৌ মৰাণ ছাত্ৰ সন্থাই মাহজোৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী চৰকাৰৰ লগত হোৱা আলোচনামৰ্মে সাময়িকভাৱে স্থগিত ৰাখিছে৷ প্ৰতিখন চৰকাৰৰ প্ৰতাৰণাৰ বলি হৈ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ এই আন্দোলনৰ ফলত মাকুম, তিনিচুকীয়াত শ শ ট্ৰাকৰ লগতে কয়লা পৰিবাহী ৰে'ল মাকুমত আবদ্ধ হৈ পৰিছিল৷
লগতে জিলাখনৰ তেলৰ ডিপোসমূহত তেলৰ নাটনিৰ বাবে ৰাইজৰ দীঘলীয়া শাৰী দেখিব পোৱা গৈছিল৷
- Log in to post comments
- 18 views