কৃষকমুক্তি সহিতে ৭০ সংগঠনৰ আন্দোলনৰ নতুন কাৰ্যসূচী ঘোষণা

কৃষকমুক্তি সহিতে ৭০ সংগঠনৰ আন্দোলনৰ নতুন কাৰ্যসূচী ঘোষণা

# কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০টা সংগঠনৰ সংবাদমেল৷ সংবাদমেলত অখিল গগৈৰ মন্তব্য- কাশ্মীৰ মানেই ভাৰতৰ আইন প্ৰণয়ন নোহোৱা ঠাই। 

# কেন্দ্ৰীয় চৰকাৰৰ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে উচ্চ পৰ্যায়ৰ কমিটী গঠন সন্দৰ্ভত ক্ষোভ অখিল গগৈৰ। এয়া এক নিৰ্বাচনী টোপহে। জনজাতিকৰণৰ কৰাৰ চৰকাৰৰ কোনো সদিচ্ছা নাই।

# ত্ৰিপুৰাৰ থলুৱাৰ ভয়াৱহ পৰিস্থিতি বৰ্ণনা কৰি অখিল গগৈয়ে কয় যে ত্ৰিপুৰাৰ ২০১১ লোকপিয়ল অনুসৰি জনসংখ্যাঃ 
থলুৱা ৩১.৭৮%, বঙালী ৬৮.২১%৷ 

# মুখ্য মন্ত্ৰীক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মুকলি বিতৰ্কৰ বাবে প্ৰত্যাহ্বান ৭০টা সংগঠনৰ নেতৃত্বৰ।

# ১৩ ফেব্ৰুৱাৰীলৈ অসমবাসীক আন্দোলন কৰিবলৈ আহ্বান অখিল গগৈৰ। 

কৃষকমুক্তি সহিতে ৭০ সংগঠনৰ আন্দোলনৰ নতুন কাৰ্যসূচী ঘোষণা

# কৃষক মুক্তি আৰু ৭০টা সংগঠনৰ এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণাঃ
 
# কাইলৈৰ পৰা বিৰোধী ৰাজনৈতিক দলৰ মুৰব্বীক সাক্ষাৎ। 

# ২৩ জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোঁৰ সমদল। 

# ২৩ জানুৱাৰীত সন্ধিয়া ৫ বজাত গুৱাহাটীতো জোঁৰ সমদল। 

# ২৭ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ৰে'ল-ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। 

# ২৮-২৯ জানুৱাৰীত দিছপুৰ লাষ্টগে'টত বিক্ষোভ কাৰ্যসূচী।

Your Comments