ভোগৰ ভোগজৰা লৈ অসমীয়াৰ পদূলিমুখত ভোগৰ উৎসৱ ভোগালী বিহু।

কাইলৈ ভোগালীৰ উৰুকা। হাঁহে-মাহে এসাঁজ মিলিজুলি খাবলৈ সাজু ৰাজ্যবাসী।

হেলিকপ্টাৰ আৰ্হিৰ ভেলাঘৰত ভোগালীৰ ভোগৰ বাবে সাজু গহপুৰৰ ১নং ককিলাবাসীও।

গহপুৰৰ ১নং ককিলাৰ যুৱমঞ্চৰ এই ব্যতিক্ৰমী ভোগালী বিহুৰ আয়োজনে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
- Log in to post comments
- 20 views
