দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব ছাত্ৰ সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব ছাত্ৰ সমাজৰ প্ৰতিবাদী কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰি আজি দিল্লী বিশ্ববিদ্যালৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সমাজে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

জাতিধ্বংসী বিধেয়কখনৰ প্ৰতিবাদত বজাত ছাত্ৰ-ছাত্ৰীসকলে ঘেৰাও কৰিব সংসদ ভৱন।

Your Comments