গহপুৰৰ দক্ষিণাঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস 

গহপুৰৰ দক্ষিণাঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস 

গহপুৰৰ লোহিতমুখৰ বিভিন্ন অঞ্চলত সোমবাৰে সন্ধিয়াৰ পৰা বন্যহস্তীৰ এটা জাকে সন্ত্ৰাস চলাই আহিছে ।

এই হাতীৰ জাকটোৱে অঞ্চলটোৰ বিস্তৰ খেতিপথাৰ নষ্ট কৰি কৃষক ৰাইজক চিন্তিত কৰি তুলিছে ।

গহপুৰৰ দক্ষিণাঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস 

ব্ৰক্ষ্মপুত্ৰৰ দাঁতিকাষৰীয়া মিছিং অধ্যুষিত ৰাইজে বন বিভাগক খবৰ দিছে যদিও সুফল পোৱা নাই ।

বৰ্তমানো হাতীৰ জাকটো সেই অঞ্চলতে বাহৰ পাতি আছে বুলি জানিব পৰা গৈছে ৷

Your Comments