চৰকাৰৰ বিপৰীত স্থিতি : পিচুৱাই দিয়া নহয় গুণোৎসৱৰ কাৰ্যসূচী

চৰকাৰৰ বিপৰীত স্থিতি : পিচুৱাই দিয়া নহয় গুণোৎসৱৰ কাৰ্যসূচী

সাৰ পালে অসম চৰকাৰে ৷ পিছুৱাই দিয়া নহয় দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী ।

অসম বন্ধৰ বাবে ৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ ৫ নৱেম্বৰলৈ পিচুওৱা হ'ব বুলি সৰ্বশিক্ষা মিছনে নিৰ্দেশনা জাৰি কৰিছিল। 

কিন্তু তৎকালীনভাৱে চৰকাৰে সিদ্ধান্ত লয় যে ৩ নৱেম্বৰৰ কাৰ্যসূচী ৫ নৱেম্বৰলৈ পিছুৱাই দিয়া নহয় । 

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই জনায় যে শনিবাৰে গুণোৎসৱৰ সকলো কাম অব্যাহত থাকিব ।

কিছু ভুলৰ বাবে হেনো এনে ধৰণৰ নিৰ্দেশ দিছিল সৰ্বশিক্ষাই ।

Your Comments