বৃহস্পতিবাৰে তিনিচুকীয়াৰ ধল-শদিয়াৰ ভূপেন হাজৰিকা সেতুৰ সমীপৱৰ্তী স্থানত সংঘটিত নৰসংহাৰ ঘটনাৰ পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হৈছেগৈ অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ এটি দল ৷
মন্ত্ৰী কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য আৰু তপন গগৈৰ নেতৃত্বত বহুকেইজন বিধায়ক গৈ ঘটনাস্থলীত উপস্থিত হৈছে ৷
মুখ্য মন্ত্ৰীৰ নিৰ্দেশমৰ্মে এই মন্ত্ৰ-বিধায়কৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ৷
- Log in to post comments
- 4 views