অহা ১ অক্টোবৰৰ 'অসম আৰক্ষী দিৱস' উপলক্ষে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি 'জন সজাগতা সভা' অনুষ্ঠিত কৰে । গহপুৰ আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত সভাখনত মহকুমা আৰক্ষী বিষয়া তিলক দাস, হেলেম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু ছেত্ৰী, গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃ শিক্ষক জিতেন বৰুৱাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।
- Log in to post comments
- 3 views