বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইলৈ ৫০ লাখ টকা আগবঢ়োৱাৰ ঘোষণা অসম চৰকাৰৰ

 A

 

নিউজ ডেস্ক:
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণিল ইতিহাস ৰচিবলৈ সক্ষম হোৱা অসম কন্যা লাভলীনা বৰগোঁহাইক লৈ  সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰে ৷
উল্লেখ্য যে,বিশ্বজয়ী বক্সাৰ গৰাকীলৈ ৫০ লাখ টকা আগবঢ়োৱাৰ ঘোষণা কৰে অসম চৰকাৰে ৷
লাভলীনা বৰগোঁহাইয়ে গৌৰৱজ্জ্বল ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱাৰ পিছতে এই পুৰস্কাৰ ঘোষণা কৰে অসম চৰকাৰে।দেওবাৰে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি মহিলা শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় লাভলীনাই ।

Your Comments