ৰাজ্যত পুনৰ গঁড় হত্যাৰ ঘটনা

 A

 

নিউজ ডেস্ক:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত এটা গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যায়  চোৰাংচিকাৰীয়ে৷উল্লেখ্য যে, দেওবাৰে বাগৰিৰ কাঠপৰা বন শিবিৰৰ বৰমা বিলত উদ্ধাৰ খৰ্গবিহীন মৃত গঁড়টো৷প্ৰায় ৬-৭ দিন পূৰ্বে গঁড়টো হত্যাৰ কৰাৰ সন্দেহ কৰে উদ্যান কৰ্তৃপক্ষই৷ইতিমধ্যে বন বিভাগ, আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।

Your Comments